মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন

ভাষিক সংখ্যালঘূ উন্নয়ন পৰিষদ

১৯৯৬ চনৰ এপ্ৰিল মাহত অসম চৰকাৰে গঠন কৰা অসম ভাষিক সংখ্যালঘূ উন্নয়ন পৰিষদখন ১৯৯৬ চনৰ ৩ আগষ্ট তাৰিখে জাৰি কৰা পি এল বি/১৭৭/৯৫/পিটি-I/৪ নং অধিসূচনা যোগে আনুষ্ঠানিকতা প্ৰদান কৰা হয়। ৰাজ্যখনৰ ভাষিক সংখ্যালঘূসকলৰ কল্যাণ সাধনৰ উদ্দেশ্যে মূলতঃ এই পৰিষদখন গঠন কৰা হৈছিল।