মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন

যুটীয়া ৰাজ্যিক হজ কমিটি

২০১৭ চনৰ ২৪ জুলাইত দায়িত্বভাৰ গ্ৰহণ কৰা ৰাজ্যিক হজ কমিটিৰ তত্বাৱধানত ২০০৭ বৰ্যত ৪০৮১ গৰাকী হজ যাত্ৰীয়ে মক্কা যাত্ৰাৰ সুবিধা লাভ কৰিছিল। এইখিনি সময়ত্ প্ৰথম বাৰৰ বাবে হজ কমিটিয়ে নিয়োগ কৰা এগৰাকী ভাৰপ্ৰাপ্ত খাদিম-উল-হুজাজৰ তত্বাৱধানত ২১ গৰাকী খাদিম-উল-হুজাজে চৌদি আৰৱ(মক্কা আৰু মদিনা)ত ৰাজ্যখনৰ পৰা যোৱা হজযাত্ৰীসকলৰ চোৱা-চিতাৰ দিশটো সুচাৰুৰূপে সম্পন্ন কৰিছিল। তদুপৰি হাজিসকলে হজৰ সময়ত পালন কৰিব লগীয়া ৰীতি- নীতি সন্দৰ্ভত হজ কমিটিয়ে এই প্ৰথম বাৰৰ বাবে জিলা ভিত্তিত এলানি দুদিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰো পৰিচালনা কৰিছিল।