মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন

অসম সংখ্যালঘূ উন্নয়ন পৰিষদ

ৰাজ্যখনৰ সংখ্যাসঘূ সম্প্ৰদায়(ভাষিক আৰু অধিসূচীত ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায়সমূহকো সামৰি) ৰ সোকসকলৰ অৰ্থ- সামাজিক, শৈক্ষিক, সাংস্কৃতিক তথা জনগোষ্ঠীয় উত্তৰণ গতি ত্বৰাম্বিত কৰাৰ উদ্দেশ্যে ২০১৫ চনৰ ১২ অক্টোবৰত জাৰি কৰা ডব্লিউ এম ডি/৮৫/২০১৫/২৩ নং অধিসূচনাৰ জৰিয়তে এই পৰিষদ গঠন কৰা হৈছিল।