ৰাজ্যখনৰ সংখ্যাসঘূ সম্প্ৰদায়(ভাষিক আৰু অধিসূচীত ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায়সমূহকো সামৰি) ৰ সোকসকলৰ অৰ্থ- সামাজিক, শৈক্ষিক, সাংস্কৃতিক তথা জনগোষ্ঠীয় উত্তৰণ গতি ত্বৰাম্বিত কৰাৰ উদ্দেশ্যে ২০১৫ চনৰ ১২ অক্টোবৰত জাৰি কৰা ডব্লিউ এম ডি/৮৫/২০১৫/২৩ নং অধিসূচনাৰ জৰিয়তে এই পৰিষদ গঠন কৰা হৈছিল।